Section A
Q1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: 10× 5 = 50 মাধৱ কন্দলিৰ ৰামায়ণৰ ‘অযোধ্যাকাণ্ড’ৰ আধাৰত ৰামচন্দ্ৰৰ অভিষেকৰ বাবে সজাই তোলা অযোধ্যাৰ বৰ্ণনা কৰি
(a) এটা টোকা লিখাঁ। 'কীৰ্ত্তন-ঘোষা'ৰ 'ৰাসক্ৰীড়া' অধ্যায়ত কি কি ৰসৰ সমাৱেশ হৈছে, উদাহৰণসহ আলোচনা কৰাঁ।
(b) মাধৱদেৱৰ বৰগীতত বাৎসল্য প্ৰেম সম্পৰ্কে এটি নিবন্ধ লিখাঁ।
(c) ‘কথা-ভাগৱত’ৰ তোমাৰ নিৰ্বাচিত পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ মাহাত্ম্য কিদৰে ফুটি উঠিছে, নিজৰ ভাষাত বৰ্ণনা
(d) কৰাঁ । ‘গুৰু-চৰিত-কথা’ত শংকৰদেৱৰ জন্ম আৰু বাল্যকালছোৱা কিদৰে অংকন কৰা হৈছে, এটি আলোচনা
(e) যুগুতোৱাঁ। তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ : 2. শ্ৰীমন্ত শংকৰদেৱৰ ‘পাৰিজাত হৰণ’ নাটৰ মুখ্য নাৰী চৰিত্ৰসমূহৰ মাজত কিদৰে স্বভাৱৰ বৈপৰীত্য আৰু
(a) সমধৰ্মিতা প্ৰকাশ পাইছে, আলোচনা কৰাঁ। ‘‘ৰাজসূয়ৰ ভাষা প্ৰাঞ্জল অসমীয়া আৰু সংস্কৃতিৰ পৰিচায়ক। পদৰ লালিত্য, অলংকাৰৰ মাধুৰ্য্য, ভাৱৰ গাম্ভীৰ্য্য,
(b) চিত্ৰৰ সৌন্দৰ্য্য আৰু ভক্তিৰ প্ৰাচুৰ্য্যই ইয়াক বাস্তৱিকতে মনোৰম কৰিছে।’’ উক্তিষাৰৰ তাৎপৰ্য বিচাৰ কৰাঁ। 15 ‘গুৰু-চৰিত-কথা’ৰ গদ্য-ৰীতিৰ বৈশিষ্ট্যসমূহৰ এটি সম্যক আভাস দিয়াঁ।
(c) 3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘‘ধাতু মুদ্ৰা এটিৰ এফালে ৰজাৰ চাব আৰু আনফালে মুদ্ৰাটিৰ বেচফেৰীৰ উল্লেখ থকাৰ দৰে গীতবোৰতো
(a) এফালে পৰমপুৰুষৰ মানৱী লীলাৰ ব্যক্তিত্বৰ চাব আৰু ভক্তৰ ভাষাত সেই চাবখিনিৰ মূল্যৰ ইংগিত আছে।’’ মাধৱদেৱৰ বৰগীতৰ প্ৰসংগত কথাষাৰৰ যথাৰ্থতা নিৰূপণ কৰাঁ।
(b) মাধৱ কন্দলিৰ ‘অযোধ্যাকাণ্ড’ত প্ৰতিফলিত হোৱা তদানীন্তন অসমীয়া সমাজ-জীৱনৰ এটি আভাস দিয়াঁ। ‘পাৰিজাত হৰণ’ নাটৰ নাৰদ চৰিত্ৰটো অৱতাৰণা কৰাত শংকৰদেৱৰ নাট্য-প্ৰতিভা কিদৰে পৰিস্ফুট হৈছে, ব্যাখ্যা
(c) কৰাঁ । \mathbf2 CRNA-S-ASSM/30