Section A
Q1. 10× 5 = 50 অসমীয়া ভাষাৰ উদ্ভৱৰ কাল নিৰ্ণয় কৰি ইয়াৰ বিকাশৰ গতিধাৰা সম্পৰ্কে বিৱৰি লিখাঁ।
(a) চৰিত পুথিৰ গদ্য সম্পৰ্কে এটি আলোচনা আগবঢ়োৱাঁ।
(b) অসমীয়া ভাষাৰ স্বৰক্ষনি (Vowel phonemes) কেইটা আৰু কি কি? উচ্চাৰণৰ স্থান আৰু উচ্চাৰণৰ ধৰণ
(c) অনুযায়ী স্বৰধ্বনিসমূহৰ তালিকা প্ৰস্তুত কৰি দেখুওৱাঁ। অসমীয়া ভাষাৰ প্ৰধান উপভাষা কেইটা আৰু কি কি? ড০ বাণীকান্ত কাকতিয়ে উল্লেখ কৰা অনুসৰি ইয়াৰ
(d) সংক্ষিপ্ত বিৱৰণ দাঙি ধৰাঁ। অসমীয়া লিপিৰ ইতিহাসৰ এক ৰূপৰেখা দাঙি ধৰাঁ।
(e) 2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: কামৰূপী উপভাষা আৰু গোৱালপৰীয়া উপভাষাৰ ভৌগোলিক ক্ষেত্ৰ নিৰূপণ কৰি প্ৰত্যেকৰে পাঁচোটাকৈ ভাষাগত
(a) বৈশিষ্ট্য নিৰূপণ কৰাঁ। 20 অসমীয়া ভাষাৰ ক্ৰিয়ামূল (Verb root) বা ধাতুৰ উৎস বিচাৰ কৰি এটি প্ৰবন্ধ যুগুত কৰাঁ।
(b) অসমীয়া শব্দ-সম্ভাৰৰ অন্তৰ্গত তৎসম, অৰ্ধতৎসম আৰু তদ্ভৱ শব্দৰ প্ৰয়োগ উদাহৰণৰ সৈতে লিখাঁ।
(c) 3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া গদ্যৰ ইতিহাসত শঙ্কৰোত্তৰ কালৰ গদ্যৰ অৱদানৰ বিষয়ে বিৱৰি লিখাঁ।
(b) অসমীয়া নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ সূত্ৰ নিৰ্ণয় কৰি যি কোনো দহটা প্ৰত্যয়ৰ প্ৰয়োগ দেখুওৱাঁ। 15 অসমীয়া ব্যঞ্জনব্বনি (Consonant phonemes) কেইটা আৰু কি কি? যি কোনো পাঁচোটাৰ আদি আৰু
(c) মধ্য স্থানত হোৱা প্ৰয়োগ দেখুওৱাঁ। CRNA-F-ASSM/29 \overline2