Section A
Q1. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: 10 × 5 = 50 মাধৱ কন্দলিৰ ‘ৰামায়ণ’ৰ ‘অযোধ্যা কাণ্ড’ত ৰামৰ অভিষেকৰ বতৰা পোৱাৰ পিছত মছৰাই কৈকেয়ীক কি মন্ত্ৰণা
(a) দিছিল, বিৱৰি লিখা। শংকৰদেৱৰ ‘পাৰিজাত হৰণ’ নাটত নাৰদ চৰিত্ৰটিয়ে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে, তোমাৰ ভাষাত লিখা।
(b) 'ৰাসক্ৰীড়া'ক মহাপুৰুষে 'কামজয় নামে ইটো কেশৱৰ কেলি' বুলি কিদৰে প্ৰতিপন্ন কৰিছে, বিচাৰ কৰা।
(c) ‘‘বাৎসল্য প্ৰেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বহ।’’ মাধৱদেৱৰ বৰগীতৰ আধাৰত এই কথাষাৰৰ তাৎপৰ্য বিশ্লেষণ
(d) কৰা । 'কথা-ভাগৱত'ৰ আধাৰত কবিৰত্ন বৈকুষ্ঠনাথ ভট্টাচাৰ্যৰ গদাৰীতিৰ প্ৰধান বিশেষত্বসমূহ চমুকৈ লিখা।
(e) তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: 2. ‘গুৰুচৰিত-কথা’ত সমকালীন অসমৰ ধৰ্মীয় আৰু সামাজিক জীৱনৰ চিত্ৰ কিদৰে প্ৰতিফলিত হৈছে, বিশ্লেষণ
(a) কৰা । 20 ‘ৰাজসূয়’ কাব্যখনৰ মাজেৰে মাধৱদেৱৰ কবিত্ব শক্তিৰ পৰিচয় কেনেদৰে ফুটি ওলাইছে, আলোচনা কৰা।
(b) মাতৃ কৌশল্যাৰ বুজনি যুক্তিৰে খণ্ডন কৰি ৰামে বনলৈ যাবলৈ প্ৰস্তুত হোৱাৰ সময়ত কৌশল্যাই কিৰূপে পুত্ৰক
(c) আশীৰ্বাদ দিছিল, 'অযোধ্যা কাণ্ড'ৰ আলমত বিচাৰ কৰা। 15 3. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: "শংকৰদেৱে "পাৰিজাত হৰণ' নাটৰ নাৰী চৰিত্ৰকেইটা পাৰস্পৰিক বৈপৰীত্য (contrast) আৰু সমধৰ্মিতা
(a) (parallelism)-ৰ আধাৰত অংকন কৰিছে।" এই কথাষাৰৰ তাৎপৰ্য স্পষ্টভাৱে বুজাই লিখা। 20 'কথা-ভাগৱত'ৰ দ্বিতীয় স্বন্ধত ভট্টদেৱে হৰি ভক্তিৰ মহিমা কিদৰে ব্যক্ত কৰিছে, বহলাই লিখা।
(b) ‘‘বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্ৰতিষ্ঠিত।’’ বাণীকান্ত কাকতিয়ে কৰা উক্ত মন্তব্যৰ
(c) তাৎপৰ্য বিচাৰ কৰা। all and the page তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: ‘গুৰুচৰিত-কথা’ৰ আধাৰত মাধৱদেৱৰ গুৰু-সেৱাৰ কেইটিমান নিদৰ্শন দাঙি ধৰি তেওঁৰ গুৰু-ভক্তিৰ পৰিচয়
(a) मिश्रा । SCH-D-ASSM/11 2