Section A
Q1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ'ব লাগিব : 10 × 5 = 50 পিতৃৰ মৃত্যু আৰু ৰামচন্দ্ৰৰ বনবাসৰ কথা শুনি ভৰতে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল?
(a) সত্যভামাৰ কি কাৰণে ঈৰ্ষা জশ্মিছিল আৰু সেই ঈৰ্ষাৰ জুই কেনেকৈ নিৰ্বাপিত হৈছিল?
(b) মাধৱদেৱে ৰচনা কৰা বৰগীতসমূহৰ মাজেৰে প্ৰধানকৈ কি ৰসৰ পৰিস্ফুৰণ ঘটিছিল আৰু সেই ৰস কিহলৈ উত্তীৰ্ণ
(c) হৈছিল ? ৰাসক্ৰীড়াৰ সময়ত শ্ৰীকৃষ্ণই গোপিনীসকলক কি অপ্ৰিয় বাণী শুনাইছিল আৰু ফলত কি হৈছিল?
(d) 'কথা ভাগৱত'ত বৰ্ণিত ভাগৱতৰ দশ লক্ষণ কি কি?
(e) 2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: 'ৰাজসূয় কাব্য'ৰ ইন্দ্ৰপ্ৰস্থ আৰু সুধৰ্মা সভাৰ বৰ্ণনাত মাধৱদেৱৰ কাব্য-প্ৰতিভা কেনেদৰে পৰিস্ফুট হৈছে,
(a) আলোচনা কৰাঁ। 20 'কথা ভাগৱত'ৰ আলমত ভট্টদেৱৰ গদ্যৰীতিৰ বিষয়ে এটি প্ৰৱন্ধ যুগুত কৰাঁ।
(b) ‘গুৰুচৰিত কথা’ৰ আলমত শংকৰদেৱ আৰু মহাৰাজ নৰনাৰায়ণৰ বাৰ্তালাপৰ আভাস দিয়াঁ।
(c) 3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘‘ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি।
(a) সবে বোলে মোকসে আলিঙ্গি আছে হৰি।’’ এই কথাষাৰৰ পটভূমি আৰু তাৎপৰ্য ব্যাখ্যা কৰাঁ। 20 'ৰাজসূয় কাব্য'ৰ ময়দানৱ চৰিত্ৰটি বিশ্লেষণ কৰাঁ ৷
(c) 'গুৰুচৰিত কথা'ৰ আধাৰত মধ্যযুগৰ অসমৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ আভাস দিয়াঁ ৷ 15 \mathbf 2 URC-B-ASSM/41