Q1.
(a) SECTION-A 1. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা : 10×5 = 50 বৰগীতৰ সংজ্ঞা নিৰূপণ কৰি মাধৱদেৱৰ বৰগীতৰ বিষয়বস্তু সম্পৰ্কে আলোচনা কৰাঁ। শংকৰদেৱৰ ছয়খন নাটকৰ ভিতৰত ‘পাৰিজাত হৰণ’ক কি কি কাৰণত শ্ৰেষ্ঠ বুলি কোৱা হয়, বিশ্লেষণ কৰাঁ।
(b) **কথাগীতা আৰু কথা-ভাগৱতৰ গদা তৎসম শব্দৰ ঘাৰা ভাৰাক্ৰান্ত।" ৰাণীকান্ত কাকতিয়ে বৈকুষ্ঠনাথ ভট্টাচাৰ্যৰ
(c) ভাষাৰ বিষয়ে কৰা এই মন্তব্যৰ যুক্তিযুক্ততা বিচাৰ কৰা। মাধৱ কন্দলিৰ "অযোধ্যাকাণ্ড'ত সমসাময়িক সমাজ-জীৱনৰ চিত্ৰ কেনেদৰে প্ৰতিফলিত হৈছে তাৰ এটি বিশ্লেষণ
(d) আগবঢ়োৱা। ‘গুৰুচৰিত-কথা’ৰ গদাৰীতিৰ বিষয়ে এটি সমীক্ষা আগবঢ়োৱাঁ।