Section A
Q1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখা: 10 × 5 = 50 অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কত থকা প্ৰধান মত দুটা কি কি? তুমি কোনটো মত নিৰ্ভৰযোগ্য বুলি ভাৰা, যুক্তিসহ
(a) আলোচনা কৰা। অসমীয়া ব্ৰজবুলি গদ্যৰ জনক কোন? তেওঁৰ গদ্যৰ বিষয়ে চমুকৈ লিখা।
(b) অসমীয়া ভাষাত উচ্চাৰিত বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি কি? শব্দৰ আদি আৰু মধ্য স্থানত এই স্বৰকেইটাৰ |c\rangle প্রয়োগ দেখুওৱা। ৬০ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ শব্দসন্তাৰক কেইটা আৰু কি কি ভাগত ভাগ কৰিছে? উদাহৰণসহ
(d) আলোচনা কৰা। অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনিসমূহক কি কি ভিত্তিত, কেনেদৰে শ্ৰেণীবিভাজন কৰা হৈছে, তালিকাভুক্ত কৰি \{el বিৱৰণ দিয়া। তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা : 2.
(a) মানা অসমীয়া ভাষা আৰু কামৰূপী উপভাষাৰ মাজত ধ্বনিগত, ৰূপগত আৰু শব্দগত দিশত থকা প্ৰধান পার্থক্যবোৰ উদাহৰণসহ দেখুওৱা। 20 প্ৰাণীবাচক আৰু অপ্ৰাণীবাচক শব্দৰ পাছত যোগ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰে কিদৰে শব্দ বা পদৰ পিছত
(b) বহি অর্থ প্রকাশ কৰে, উদাহৰণসহ আলোচনা কৰা। 15 অসমীয়া স্বাৰ্থিক প্ৰত্যয়বোৰ ক'ত আৰু কি অৰ্থত, কেনেদৰে ব্যৱহাৰ হয়, উদাহৰণসহ বৰ্ণনা কৰা।
(c) তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা : 3. ভাৰতীয় আৰ্যভাষাক কেইটা স্তৰ বা ভাগত ভাগ কৰা হৈছে ? প্ৰতিটো স্তৰৰ সময় আৰু বৈশিষ্ট্য উল্লেখ কৰি নবা-
(a) ভাৰতীয় আৰ্থভাষা হিচাপে অসমীয়া ভাষাৰ উৎসৰ বিষয়ে লিখা। 20 অসমীয়া ভাষাৰ শব্দভাণ্ডাৰত থকা আৰ্থতিয় ভাষাৰ উপাদানবোৰৰ বিষয়ে আলোচনা কৰা।
(b) অসমীয়া গদ্যসাহিত্যলৈ বৈকুষ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্যৰ অৱদান সম্পৰ্কে চমুকৈ লিখা।
(c) তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা :
(a) ব্যৱহাৰিক গদা হিচাপে অসমীয়া বুৰঞ্জী-সাহিত্যৰ গদ্যৰ বিশেষত্ব সম্পৰ্কে আলোচনা কৰা।
(b) আহোম যুগত প্ৰয়োগ হোৱা লিপিসমূহৰ বিৱৰণ দাঙি ধৰি ইয়াৰ বৈশিষ্টা উল্লেখ কৰা। 15 ‘‘অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে।’’ উক্ত কথাষাৰিৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা।
(c) -8-GG-P-ASSM/14 2