Section A
Q1. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: 10× 5 = 50 মাধৱ কন্দলিৰ ‘অযোধ্যাকাণ্ড’ৰ ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ আৰু অভিষেকৰ আয়োজন সম্পৰ্কীয় বৰ্ণনাখিনি
(a) তোমাৰ নিজৰ ভাষাত দাঙি ধৰা। ‘পাৰিজাত হৰণ’ নাটৰ মূল উল্লেখ কৰা আৰু নাটখনৰ কোন কোন দিশত নাট্যকাৰে মৌলিক প্ৰতিভাৰ পৰিচয়
(b) দিবলৈ সক্ষম হৈছে, বিচাৰ কৰা। ‘‘ৰাসক্ৰীড়াত বৰ্ণিত গোপীসকলৰ ভক্তিক সকলো বৈষ্ণৱেই আদৰ্শ ভক্তি বুলি জ্ঞান কৰিছে।’’ কথাষাৰৰ তাৎপৰ্য
(c) বিশ্লেষণ কৰা।
(d) মাধৱদেৱৰ বৰগীতৰ মাজেৰে শিশুকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব ক'ত, কেনেদৰে ফুটি উঠিছে, বিচাৰ কৰা। 'গুৰুচৰিত-কথা'ৰ আধাৰত শংকৰদেৱৰ বাল্যকাল সম্বন্ধে এটি আলোচনা আগবঢ়োৱা।
(e) 2. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: "মাধৱদেৱৰ বাৎসল্য আৰু দাস্যভাবপ্ৰধান অন্যান্য ৰচনাসমূহৰ তুলনাত 'ৰাজসূয়' কাব্যত প্ৰায় সকলো ৰসৰ
(a) সমাহাৰ ঘটিছে।" মন্তব্যটিৰ আধাৰত ‘ৰাজসূয়' কাব্যৰ ৰসসৌন্দৰ্যৰ বিষয়ে এটি নিবন্ধ যুগুত কৰা। 20 বৈকুষ্ঠনাথ ভট্টাচাৰ্য্যৰ গদ্যৰীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি ? কোনো কোনোৱে ভট্টদেৱৰ গদ্যৰীতি কৃত্ৰিম বুলি
(b) ক'ব খোজে। এই সন্দৰ্ভত তোমাৰ মতামত কি, উদাহৰণসহ বুজাই লিখা। 15 ‘পাৰিজাত হৰণ’ নাটৰ নাৰদ আৰু সত্যভমা চৰিত্ৰ দুটাৰ বিষয়ে এটি বিশ্লেষণাত্মক আলোচনা আগবঢ়োৱা।
(c) 3. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: ``‘অযোধ্যাকাণ্ড’ মাধৱ কন্দলিৰ কাব্যিক প্ৰতিভাৰ উজ্জ্বল নিদৰ্শন ।'' এই উক্তিৰ সাৰ্থকতা প্ৰতিপন্ন কৰি এটি
(a) আলোচনা আগবঢ়োৱা। 20 ""গুৰুচৰিত-কথা'ৰ গদ্য মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যৰ উৎকৃষ্ট নিদৰ্শন।'' কথাষাৰ ব্যাখ্যা কৰি এটি নিবন্ধ
(b) যুগত কৰা। 15 মাধৱদেৱৰ 'ৰাজসূয়' কাব্যৰ কৃষ্ণ চৰিত্ৰত কেনেদৰে পৰমপুৰুষত্ব আৰোপিত হৈছে, বিশ্লেষণ কৰি দেখুওৱা। c) SDF-B-ASSM/21 \overlinea