Section A
Q1. তলৰ যি কোনো এটা বিষয়ৰ ওপৰত 600 শব্দৰ ভিতৰত এখনি ৰচনা লিখা : 100 গণতন্ত্ৰত ন্যায়পালিকাৰ ভূমিকা
(a) পৰিবেশ আৰু আত্মনিৰ্ভৰশীলতা
(b) বিশ্বায়নৰ ক্ষেত্ৰত ভাষাৰ ভূমিকা
(c) ভাৰতীয় অৰ্থব্যৱহৃা আৰু ইয়াৰ প্ৰত্যাহ্বান
(d) তলত দিয়া কথাখিনি ভালদৰে পঢ়া আৰু তাৰ তলত দিয়া প্ৰশ্নবোৰৰ স্পষ্ট, শুদ্ধ আৰু সংক্ষেপ উত্তৰ দিয়া : 2. 12×5 = 60 বিশ্বৰ দৃষ্টি গান্ধীজীৰ প্ৰতি এই কাৰণেই আকৰ্ষিত হৈছিল যে তেওঁ হিংস্ত শক্তিৰ পৰিৱৰ্তে ইচ্ছা-শক্তি তথা আত্মবলৰ অস্ত্ৰৰ হকে ওকালতি কৰিছিল আৰু তেওঁ অহিংসাৰ সহায় লৈ টেংক আৰু যন্ত্ৰ-চালিত বন্দুকৰ সন্মুখীন হৈছিল। তেওঁ কিয় অহিংস পল্লা অৱলম্বন কৰিছিল সেঁই কথা বিশেষভাৱে অনুধাৱন কৰিবলগীয়া। এয়া এই কাৰণেঁই নেকি যে তেওঁ হিংসাৰ জৰিয়তে ইংৰাজৰ কবলৰ পৰা ভাৰতক মুক্ত কৰিব নোৱাৰিলেহেঁতেন ? নে, তেওঁ ইয়াৰ দ্বাৰা এই বাণী প্ৰচাৰ কৰিব খুজিছিল যে মানুহে যেতিয়ালৈকে পাশৱিক শক্তি প্ৰয়োগ কৰি থাকে তেতিয়ালৈ তেওঁক মানৱ বুলিব নোৱাৰি। প্ৰথম কথাটোৱে সূচায় যে অহিংস পদ্বা দুৰ্বল আৰু অসহায় লোকৰহে অস্ত্ৰ; অৰ্থাৎ যেতিয়া আমাৰ হাতত বৰতোপ বা বন্দুক নাথাকে তেতিয়া আমি অহিংস পদ্মা অৱলম্বন কৰোঁ। দ্বিতীয় কথাটোৱে সূচায় যে অহিংস পদ্মা অৱলম্বন মানৱ সভ্যতাৰ বিকাশৰ প্ৰমাণ। ইয়ে মানুহক বিশুদ্ধ হোৱাত সহায় কৰে। এই কথা সঁচা যে যেতিয়া গান্ধীজীৰ নেতৃত্বত ভাৰতীয় লোকসকলে ইংৰাজৰ বিৰুদ্ধে যুঁজ কৰিছিল তেতিয়া অধিকাংশ ভাৰতীয়ই ভাবিছিল যে ভাৰতীয়সকলৰ বিধ্বংসী অন্ত্ৰ-শস্ত্ৰৰ সহায়ত ইংৰাজৰ বিৰুদ্ধে যুঁজাৰ সুবিধা আৰু আৰ্থিক সামৰ্থা নাছিল কাৰণে অহিংস পছাকে সহজে আঁকোৱালি লৈছিল। কিন্তু গান্ধীজী এই কথাত একমত হোৱা নাছিল। অহিংস গলক বাদ দি ভাৰতে স্বাধীনতা লাভ কৰাৰ তেওঁ পক্ষপাতী নাছিল। ভাৰতৰ কাৰণে স্বাধীনতা লাভ কৰাটো এটা ডাঙৰ লক্ষ্য আছিল সঁচা; কিন্তু তাতকৈ ডাঙৰ লক্ষ্য আছিল—মানুহৰ প্ৰকৃতি তথা বিচাৰ-বুদ্ধিৰ পৰিৱৰ্তন সাধন কৰা, হিংসাশ্বক পদ্ধতিৰে লাভ কৰিব পৰা বস্তুটো মানৱীয় মূল্যবোধৰ জৰিয়তে লাভ কৰিব পাৰি বুলি মানুহক পতিয়ন নিওৱা। দেশবাসীৰ দুখ মোচন কৰাই নহয়, মানুহৰ মাজত থকা পশু-শক্তিৰ বিনাশ কৰাটোৱে আছিল তেওঁৰ প্ৰধান উদ্দেশ্য। ঘূণা, ক্ৰোধ আৰু প্ৰতিহিংসা—এইবোৰ কেৱল পশুৰ মাজতহে দেখা যায়। এইবোৰৰ জৰিয়তে পশুৱে প্ৰতিপক্ষক প্ৰতিহত কৰে। কিন্তু মানুহ পশুতকৈ পৃথক। মানুহৰ বুদ্ধি, বিবেচনা আছে। মানুহে নিজৰ আৱেগ অনুভূতিক নিয়ন্ত্ৰণত ৰাখিব লাগে আৰু বুদ্ধি আৰু বিবেকৰ সহায়ত সকলো সমস্যাৰ সমাধান কৰিবৰ প্ৰয়াস কৰিব লাগে। পশুৰ মগজু বা বিবেচনা শক্তি নাই। এতিয়া প্ৰশ্ন হয়—গান্ধীজীয়ে কি কাৰণে এই সিদ্ধান্ত লৈছিল ? অহিংসাৰ ক্ৰিয়াশীলতাৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কিয় কেৱল ভাৰততে হৈছিল আৰু অন্য দেশত হোৱা নাহিল ? বহুতো মানুহে এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ এৰাই ফুৰিব যোজে আৰু কয় যে এয়া এটা দৈবাৎ হোৱা ঘটনা। কিন্তু এয়া সঁচা নহয়। আমেৰিকাৰ চিন্তাবিদ থোৰেউ আৰু ৰুচ মনীয়ী তথা সাহিত্যিক টলষ্টয়েও অহিংস আৰু আইন অমান্য আন্দোলনৰ ধাৰণা পোষণ কৰিছিল বুলি কোৱা শুনা যায়। গান্ধীজীয়েও তেওঁলোকৰ ধাৰণাৰ লগত পৰিচিত আছিল। ভাৰততো, গান্ধীজীৰ পূৰ্বে, অৰবিন্দয়ো আইন অমান্য আৰু অসহযোগ আন্দোলনৰ ধাৰণা ব্যক্ত কৰিছিল। তথাণিও, সবাতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল—ইয়াক কিয় ভাৰতবৰ্ষৰ ক্ষেত্ৰত পৰীক্ষণ কৰা হ’ল ? উত্তৰটো অতিশয় স্পষ্ট—মনোৱল শাৰীৰিক শক্তিতকৈ যথেষ্ট ভাল। এই মহান সত্যটোক পৃথিৱীৰ অন্য ঠাইৰ মানুহতকৈ ভাৰতৰ মানুহে বেছি ভালকৈ বুজি পায়। যেতিয়াই এই চিন্তাই থোৰেউ, টলষ্টয়, ইমাৰচন আৰু ৰোমান বোল্লাণ্ডৰ মনত ঠাই পাইছিল, ভাৰতীয় দৰ্শন ইয়াৰ অনুষটক বা ধ্বজাবাহী হিচাপে কাম কৰিছিল। ভাৰতীয় দৰ্শনৰ লগত ঘনিষ্ঠ পৰিচয় থকা বাক্তি অথবা ভাৰতীয় ধ্যান-ধাৰণাৰ সংস্পৰ্শলৈ অহা ব্যক্তিয়েহে আইন অমান্যকৰণৰ মৰ্ম ভালদৰে উপলব্ধি কৰিব \overline{\mathbf2} E63-C-A:H/30