Section A
Q1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব : 10× 5 = 50 ঐতিহাসিক দৃষ্টিভংগীৰে অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কে আলোচনা কৰা।
(a) অসমীয়া গদ্য-সাহিত্যৰ জনক কোন? তেতঁৰ গদ্যৰ নমুনা দি বিশদভাৱে আলোচনা কৰা।
(b) অসমীয়া ভাষাত স্বৰ আৰু ব্যঞ্জনধ্বনি পৰিৱৰ্তনৰ দৃষ্টান্ত দি আলোচনা কৰা।
(c) অসমীয়া ভাষাত কি কি ভাষাৰ শাব্দিক প্ৰভাৱ পোৱা যায়, আলোচনা কৰা।
(d) ভাষা আৰু উপভাষাৰ মাজত কি সম্পৰ্ক আছে, আলোচনা কৰা।
(e) 2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: শব্দ সাধনত সহায় কৰা 10টা প্ৰত্যয় উল্লেখ কৰি ইহঁতৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।
(a) 25 অসমীয়া ভাষাত প্ৰয়োগ হোৱা 10টা নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।
(b) 25 3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া লিপিৰ বিকাশ সম্পৰ্কে ঐতিহাসিক দৃষ্টিভংগীৰে আলোচনা কৰা।
(a) 25 আহোম যুগত প্ৰয়োগ হোৱা লিপিসমূহৰ বিৱৰণ দি ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰা।
(b) 25 4. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব : অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি কি ? ইহঁতৰ প্ৰয়োগ সম্পৰ্কে উদাহৰণ দি আলোচনা কৰা।
(a) 25 ক্ৰিয়া বুলিলে কি বুজায়? ৰূপতাত্ত্বিক দৃষ্টিৰে অসমীয়া ভাষাৰ ক্ৰিয়াৰ বিভাজন কৰি আলোচনা কৰা।
(b) 25