Section A
Q1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: 10× 5 = 50 অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশৰ বিষয়ে বহলাই আলোচনা কৰা।
(a) বুৰঞ্জীৰ গদ্যৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰি এটি প্ৰবন্ধ লিখা।
(c) অসমীয়া ভাষাৰ স্বাৰ্থিক প্ৰত্যয়ৰ প্ৰয়োগ উদাহৰণৰ সৈতে দেখুওৱা। ভাষা আৰু উপভাষাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।
(d) অসমীয়া ভাষাৰ শব্দ-ভাণ্ডাৰত কি কি বেলেগ ভাষাৰ শব্দ পোৱা যায়, চমুকৈ আলোচনা কৰা।
(e) 2. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ভাষাৰ স্বৰধ্বনি (Vowel phonemes) কেইটা আৰু কি কি? স্বৰধ্বনিৰ তালিকা প্ৰস্তুত কৰি
(a) প্ৰত্যেকৰে প্ৰয়োগ দেখুওৱা। 20 অসমীয়া ভাষাৰ কৃৎ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়ৰ প্ৰয়োগ দেখুৱাই চমু আলোচনা দাঙি ধৰা।
(b) নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ চমু আলোচনা কৰা।
(c) 3. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব:
(a) অসমীয়া লিপিৰ বিকাশৰ ইতিহাস বৰ্ণনা কৰা। 20 ব্ৰাহ্মীলিপিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
(b) 'গুৰু-চৰিত-কথা'ৰ গদ্যশৈলীৰ বিশেষত্ব আলোচনা কৰা।
(c) তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব : অসমীয়া ভাষাত ক্ৰিয়াৰ কাল কেইপ্ৰকাৰৰ আৰু কি কি? উদাহৰণৰ সৈতে লিখা।
(a) মান্য অসমীয়া আৰু কামৰূপী উপভাষাৰ মাজত থকা শব্দগত আৰু ৰূপগত পাৰ্থক্যৰ বিষয়ে আলোচনা কৰা।
(b) ধাতু কাক বোলে আৰু কেইপ্ৰকাৰৰ? অসমীয়া ভাষাৰ ধাতুৰূপৰ বিষয়ে আলোচনা কৰা।
(c) SDF-U-ASSM/20 \overline{\mathbfc}